Sale!

অসমৰ পৰা বিশ্বলৈ জি কে Assam to World GK PDF 2026

Original price was: ₹249.00.Current price is: ₹79.00.

আপুনি যদি অসমৰ পৰা বিশ্বলৈ জি. কে. সম্পর্কে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ‘অসমৰ পৰা বিশ্বলৈ জি কে Assam to World GK PDF‘ গ্রন্থখন আপোনাৰ বাবে। ইয়াত অসমৰ পৰা বিশ্বলৈ জি. কে. সম্পর্কে বিভিন্ন তথ্য আৰু সাধাৰণ জ্ঞান সংযোজন কৰা হৈছে। সাধাৰণ কুইজ অনুষ্ঠানৰ লগতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্রন্থখন উপযোগী।

HSLC and HS exam offers!

Description

অসমৰ পৰা বিশ্বলৈ জি কে Assam to World GK PDF

(বিভিন্ন প্রতিযোগীতামূলক পৰীক্ষাৰ বাবে)

(অসমৰ পৰা বিশ্বলৈ জি কে)

সূচীপত্র

প্রথম খণ্ড: অসম

অধ্যায় ১ঃ অসমৰ ভূগোল

  1. অসমৰ ভূগোলঃ এক আভাস
  2. অসমৰ জলবায়ু মণ্ডল
  3. অসমৰ ঋতু
  4. অসমৰ বিভিন্ন নামৰ উৎপত্তি
  5. অসমৰ প্ৰশাসনিক সংমণ্ডল
  6. অসমৰ জিলাসমূহ
  7. অসমৰ ৰাজহ চক্র (তহচিল)
  8. অসমৰ উন্নয়ন খণ্ডসমূহ
  9. অসমৰ বিধানসভা আৰু ন্যায়িক প্রশাসন
  10. অসমৰ নদী উপত্যকাসমূহ
  11. অসমৰ ডাঙৰ হ্ৰদ আৰু জলাশয়
  12. অসমৰ বিমান বন্দৰসমূহ
  13. অসমৰ কাৰ্যকৰী বিমানবন্দৰৰ তালিকা
  14. অসমৰ প্ৰতিৰক্ষা বিমানবন্দৰ আৰু হেলিপেড
  15. অসমৰ গুৰুত্বপূৰ্ণ হেলিপেদ
  16. অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথসমূহ
  17. অসমৰ জিলাসমূহৰ যান-বাহনৰ সংহিতা
  18. অসমৰ জিলাসমূহ-ভূমি এলেকাৰ সৈতে
  19. ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংসমূহ

অধ্যায় ২: অসমৰ ইতিহাস

  1. প্রাগ-ঐতিহাসিক অসম
  2. কামৰূপৰ গুৰুত্বপূৰ্ণ ৰাজবংশ
  3. মধ্যযুগীয় অসমৰ প্ৰধান ৰাজ্যসমূহ
  4. ডাঙৰ যুদ্ধ আৰু বাহ্যিক ভাবুকি
  5. আহোম ৰজাসকলঃ কালক্রম
  6. কোচ ৰজাসকলঃ কালক্রম
  7. কোচ বিহাৰ ৰজাসকলঃ কালক্রম
  8. চুতীয়া ৰজাসকলঃ কালক্রম
  9. কছাৰী ৰজাসকলৰ কালক্ৰম
  10. বড়ো-ভূঞা কনফেডাৰেচন (১৪-১৭ শতিকা)
  11. জয়ন্তীয়া ৰজাসকলৰ কালক্ৰম
  12. ত্ৰিপুৰা ৰজাসকলৰ কালক্রম
  13. মায়ামৰা নেতাসকলৰ কালক্ৰম
  14. ব্ৰিটিছ সংলগ্নকৰণ আৰু ঔপনিৱেশিক শাসন (১৮২৬-১৯৪৭)
  15. অসমৰ ধৰ্ম সংস্কাৰ আন্দোলন
  16. অসমৰ স্বাধীনতা আন্দোলন
  17. অসমৰ স্বাধীনতা সংগ্রামী
  18. অসমৰ ৰাজ্যপালসকলৰ তালিকা
  19. অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

অধ্যায় ৩ঃ অসমৰ সাহিত্য

  1. অসম সাহিত্য সভাৰ সভাপতিসকল
  2. অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদকসকল
  3. অসমীয়া লেখক আৰু তেওঁলোকৰ উপাধি/ছদ্মনাম
  4. অসমীয়া সাহিত্যত প্রথম
  5. বিভিন্ন ক্ষেত্রত প্রথম অসমীয়া মহিলা
  6. বিভিন্ন শাখাত প্রথম অসমীয়া
  7. শ্রীশংকৰদেৱ বঁটা বিজয়ীসকল
  8. বিশিষ্ট অসমীয়া আলোচনীৰ তালিকা
  9. বিশিষ্ট অসমীয়া বাতৰি কাকতৰ তালিকা
  10. বিখ্যাত অসমীয়া গ্ৰন্থৰ তালিকা
  11. বড়ো সাহিত্য সভাৰ সভাপতিসকল
  12. অসমৰ জনপ্রিয় পর্যটন স্থান

দ্বিতীয় খণ্ড: অসম

অধ্যায় ১: ভাৰতৰ পৰিচয়

  1. ভাৰতৰ ভৌগোলিক বৈশিষ্ট্যঃ পৰিচয়মূলক
  2. ভাৰতৰ ৰাজ্যসমূহৰ তালিকা
  3. ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ
  4. ভাৰতৰ ৰাজনৈতিক আৰু প্রশাসনিক গাঁথনি

অধ্যায় ২ঃ ভাৰতীয় ইতিহাস

  1. ভাৰতৰ ইতিহাসৰ সময়কাল
  2. প্রধান প্রাচীন ভাৰতৰ ৰাজবংশ
  3. মধ্যযুগীয় ভাৰতৰ প্ৰধান বংশসমূহ
  4. দিল্লী চুলতানী আমোল
  5. আঞ্চলিক ৰাজ্যসমূহ
  6. মোগল সাম্রাজ্য
  7. আধুনিক ভাৰতঃ সময়ৰেখা
  8. ভাৰতৰ স্বাধীনতা আন্দোলন
  9. বিপ্লৱী কাৰ্যকলাপৰ ভূমিকা
  10. ভাৰতৰ স্বাধীনতা সংগ্রামীসকল

অধ্যায় ৩ঃ ভাৰতীয় ৰাজনীতি

  1. ভাৰতৰ ৰাষ্ট্ৰপতিসকল
  2. ভাৰতৰ উপ-ৰাষ্ট্ৰপতিসকল
  3. ভাৰতৰ প্ৰধান মন্ত্রীসকল
  4. ভাৰতৰ মুখ্য নির্বাচন আয়ুক্তসকল
  5. ভাৰতৰ মুখ্য ন্যায়াধীশসকল
  6. ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপৰিসকল
  7. ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

অধ্যায় ৪ঃ ভাৰতীয় চলচ্চিত্র উদ্যোগ

  1. ভাৰতীয় চিনেমাঃ পৰিচয়
  2. ভাৰতৰ আঞ্চলিক চলচ্চিত্র উদ্যোগ
  3. ভাৰতীয় চিনেমাৰ বিখ্যাত অভিনেতাসকল
  4. ভাৰতীয় চিনেমাৰ বিখ্যাত মহিলা অভিনেত্রীসকল
  5. আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা বিজয়ী ভাৰতীয় চলচ্চিত্র

অধ্যায়-৫ঃ ভাৰতীয় অর্থনীতি

  1. ভাৰতীয় অর্থনীতিৰ খণ্ডসমূহ
  2. কর্ম পৰিস্তিতিৰ ভিত্তি অর্থনীতি খণ্ড
  3. ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহ
  4. ভাৰতৰ মাৰ্জড বেংকসমূহ
  5. ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাঃ সময়সীমা

অধ্যায়-৬: বিবিধ

  1. ভাৰতীয় ৰাজ্যৰ বিবিধ উপনাম (ডাকনাম)
  2. ভাৰতীয় চহৰ আৰু স্থানৰ উপনামসমূহ
  3. পৰ্যটকৰ স্থান আৰু বিখ্যাত স্থানসমূহ উপনাম
  4. বিভিন্ন ক্ষেত্ৰৰ প্ৰথম ভাৰতীয়
  5. বিজ্ঞান আৰু প্রযুক্তিবিদ্যাত প্রথম
  6. সাহিত্য আৰু কলা শাখাত প্রথম
  7. প্ৰতিৰক্ষা আৰু সশস্ত্র বাহিনীত প্রথম
  8. আইন আৰু ন্যায়পালিকাত প্রথম
  9. শিক্ষা আৰু প্ৰতিষ্ঠানত প্রথম
  10. বঁটা আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিত প্রথম
  11. ভাৰতীয় ৰাজ্যৰ মহিলা মুখ্যমন্ত্রীসকল
  12. ভাৰতৰত্ন বঁটা বিজয়ীসকল
  13. ভাৰতীয় ৰাজ্যসমূহৰ ৰাজ্যিক প্রাণী
  14. ভাৰতৰ আটাইতকৈ ডাঙৰ
  15. ভাৰতৰ ভিতৰতে সর্বোচ্চ
  16. ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল
  17. ভাৰতৰ আটাইতকৈ সৰু
  18. ভাৰতৰ কিছুমান ঠাইৰ পুৰণি আৰু নতুন নাম
  19. ভাৰতৰ পাৰমাণৱিক গৱেষণা কেন্দ্রসমূহ
  20. ভাৰতৰ প্ৰধান বাতৰি কাকত
  21. ভাৰতৰ তেল শোধনাগাৰসমূহ
  22. ভাৰতৰ প্ৰধান ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহ
  23. প্রধান আঞ্চলিক ৰাজনৈতিক দলসমূহ
  24. ভাৰতৰ সংগ্ৰহালয়সমূহ
  25. ভাৰতৰ বাতৰি সংস্থাসমূহ
  26. ভাৰতৰ বিভিন্ন ধৰ্মৰ তীর্থস্থানসমূহ
  27. ভাৰতৰ ৰেলৱে গৱেষণা কেন্দ্রসমূহ
  28. ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্রসমূহ
  29. ভাৰতীয় ধ্রুপদী সাহিত্য আৰু লেখকসলক
  30. নোবেল বঁটা বিজয়ীসকল ভাৰতীয়সকল
  31. ভাৰতীয় মহাকাশ সংস্থা

তৃতীয় খণ্ড: অসম

অধ্যায়-১ঃ পৃথিৱীৰ ভূগোল

  1. পৃথিৱীৰ ভূগোলঃ পৰিচয়
  2. পৃথিৱীৰ মহাদেশসমূহ
  3. পৃথিৱীৰ মহাসাগৰসমূহ
  4. বিশ্বৰ গৌগোলিক-ৰূপ
  5. পৃথিবীৰ জলভাগ
  6. বিশ্বৰ প্ৰধান মৰুভূমিসমূহ
  7. পৃথিৱীৰ জলবায়ু মণ্ডলসমূহ
  8. পৃথিৱীৰ স্তৰ
  9. পৃথিৱীৰ বায়ুমণ্ডল (গেছ)
  10. পৃথিৱীৰ গুৰুত্বপূৰ্ণ নদী
  11. বিশ্বৰ প্ৰধান পর্বতমালাসমূহ
  12. বিশ্বৰ দেশসমূহ

অধ্যায়-২ঃ বিশ্ব ইতিহাস

  1. বিশ্বৰ প্ৰাচীন সভ্যতাসমূহ
  2. বিশ্ব ইতিহাসৰ গুৰুত্বপূৰ্ণ যুদ্ধসমূহ
  3. গুৰুত্বপূৰ্ণ বিশ্ব বিপ্লৱসমূহ

অধ্যায় ৩ঃ বিশ্ব সাহিত্য আৰু চিনেমা

  1. বিশ্বৰ শ্ৰেষ্ঠ লেখক আৰু কবিসকল
  2. ধ্রুপদী গ্রন্থসমূহ আৰু ইয়াৰ লেখকসকল
  3. কাৰাগাৰত লিখা কিতাপসমূহ
  4. বিশ্ব মহাকাব্যসমূহ
  5. প্রধান সাহিত্য আন্দোলনবোৰ
  6. নিষিদ্ধ গ্রন্থসমূহ আৰু লেখকসকল
  7. সমগ্র বিশ্বৰ বিখ্যাত চিনেমাগৃহ

অধ্যায় ৪ঃ ধৰ্ম আৰু সংস্কৃতি

  1. প্রধান ধৰ্ম আৰু ইয়াৰ উৎপত্তি
  2. বিশ্বৰ বিখ্যাত মন্দিৰসমূহ
  3. বিশ্বৰ প্ৰধান উৎসৱসমূহ

অধ্যায় ৫: বিজ্ঞান আৰু প্ৰযুক্তি

  1. বিজ্ঞানৰ শাখাসমূহ
  2. উদ্ভাৱন আৰু আৱিষ্কাৰ
  3. আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰা দিৱসসমূহ

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  1. আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখকসমূহৰ সমবেত প্ৰচেষ্টাৰে ৰচিত।
  2. বিষয়বস্তুৰ সুচিন্তিত পৰিকল্পনা আৰু আকর্ষণীয় উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপসমূহ সম্পূৰ্ণৰূপে অনন্য।
  3. ব্যৱহৃত ভাষা আৰু শৈলী অত্যন্ত সহজ, স্পষ্ট আৰু স্মৰণযোগ্য।
  4. বিষয়বস্তুৰ বিন্যাস সুসংগঠিত, প্ৰণালীবদ্ধ আৰু পাঠকৰ বাবে সৰল।
  5. পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্যাংশ আৰু সম্ভাৱ্য প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
  6. প্ৰশ্ন–উত্তৰসমূহ যথাযথ, সংক্ষিপ্ত আৰু নিৰ্ভুল।
  7. আমাৰ কিতাপসমূহ বাহুল্যতামুক্ত আৰু লক্ষ্যনিষ্ঠ।
  8. সমাধানসমূহত ১০০ শতাংশ সম্ভাৱ্য কমন প্ৰশ্ন–উত্তৰৰ সংযোজন আছে।
  9. সকলো বিষয়বস্তু দক্ষ সমালোচক আৰু বিষয়বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
  10. আগৰ বৰ্ষসমূহৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধানো কিতাপত সন্নিবিষ্ট কৰা হৈছে।
  11. পাঠকসকলৰ যিকোনো পৰামৰ্শ, সমালোচনা, মতামত আৰু ৰাজহুৱা পৰ্যালোচনাক আমি সদায়ে সন্মান আৰু গুৰুত্ব দিওঁ।
  12. ছাত্ৰ–ছাত্ৰীসকলে যদি এই সমাধানসমূহ নিয়মিতভাৱে অনুশীলন কৰে, তেন্তে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন আত্মবিশ্বাসেৰে সমাধান কৰিব পাৰিব—এই বিষয়ে আমি সম্পূৰ্ণ নিশ্চিত।

Reviews

There are no reviews yet.

Be the first to review “অসমৰ পৰা বিশ্বলৈ জি কে Assam to World GK PDF 2026”