Sale!
Class 11 Economics MCQ Question Answer PDF Notes 2026
₹199.00 Original price was: ₹199.00.₹49.00Current price is: ₹49.00.
আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি H.S 1st Year Class 11 Economics MCQ Question Answer PDF Notes ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Economics বিষয়ৰ পাঠভিত্তিক Class 11 Economics Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Republic Day Offers!
Description
Class 11 Economics MCQ Question Answer PDF Notes
অর্থবিজ্ঞান
শাখা-ক
- আৰম্ভণি
- উপভোক্তাৰ আচৰণ তত্ত্ব
- উৎপাদন আৰু ব্যয়
- পূৰ্ণ প্রতিযোগীতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
- বজাৰ ভাৰসাম্য
- অ-প্ৰতিযোগিতামূলক বজাৰ
শাখা-খ
- পাতনি
- তথ্য সংগ্রহ
- তথ্য সংকলন
- তথ্যৰ উপস্থাপন
- কেন্দ্ৰীয় প্রবৃত্তিৰ মাপ
- বিচ্যুতি বা প্ৰসাৰৰ মাপ
- সহসম্বন্ধ
- সূচকাংক
- পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ
শাখা–গ
- প্রাক্ স্বাধীনতা কালৰ ভাৰতীয় অর্থব্যৱস্থা
- ভাৰতীয় অর্থব্যৱস্থা (1950-1990)
- উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ
- দৰিদ্ৰতা
- ভাৰতত মানৱ মূলধন গঠন
- গ্ৰাম্য উন্নয়ন
- নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়
- আন্তঃগাঁথনি
- পৰিৱেশ আৰু বহনক্ষম উন্নয়ন
- ভাৰতবৰ্ষত আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা
আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:
- প্ৰথম, আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখক সমিতিৰ দ্বাৰা লিখা হৈছে।
- দ্বিতীয় বিষয়ৰ পৰিকল্পনা আৰু উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপবোৰ অনন্য।
- তৃতীয়, আমাৰ ভাষা আৰু শৈলী বুজিবলৈ আৰু মনত ৰাখিবলৈ অতি সহজ।
- চতুৰ্থ, আমাৰ কিতাপৰ বিষয়বস্তুৰ বিন্যাস অতি সুশৃঙ্খল আৰু প্ৰণালীবদ্ধ।
- পঞ্চম, আমাৰ কিতাপবোৰত পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্য আৰু সম্ভাৱ্য প্ৰশ্নৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
- ষষ্ট, আমাৰ প্ৰশ্ন-উত্তৰবোৰ যথাযথ।
- সপ্তম, আমাৰ কিতাপবোৰত কোনো বাহুল্যতা নাই।
- অষ্টম, আমাৰ সমাধানসমূহত ১০০% শতাংশ কমন প্ৰশ্নোত্তৰ আছে।
- নৱম, আমাৰ সমাধানসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলে পৰ্যালোচনা কৰি আছে।
- দশম, আমাৰ কিতাপত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধান সন্নিবিষ্ট কৰা হৈছে।
- একাদশ, আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, ৰাজহুৱা পৰ্যালোচনা আৰু মতামতক সন্মান, বিবেচনা আৰু কাৰ্যকৰী কৰোঁ।
- দ্বাদশ, যদি পৰীক্ষাৰ্থীসকলে (ছাত্ৰ-ছাত্ৰীসকলে) এই সমাধানসমূহত দিয়া প্ৰশ্ন-উত্তৰসমূহৰ অভ্যাস কৰে, তেন্তে আমি নিশ্চিত যে তেওঁলোকে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন সমাধান কৰিব পাৰিব।
Be the first to review “Class 11 Economics MCQ Question Answer PDF Notes 2026” Cancel reply
Related products
-
Sale!
Class 11 History MCQ Question Answer PDF Notes 2026
₹199.00Original price was: ₹199.00.₹49.00Current price is: ₹49.00. Buy Now -
Sale!
Class 11 Education MCQ Question Answer PDF Notes 2026
₹199.00Original price was: ₹199.00.₹9.00Current price is: ₹9.00. Buy Now -
Sale!
Class 11 English MCQ Question Answer PDF Notes 2026
₹199.00Original price was: ₹199.00.₹49.00Current price is: ₹49.00. Buy Now





Reviews
There are no reviews yet.