Sale!
Class 9 Social Science Question Answer PDF Notes 2026
₹199.00 Original price was: ₹199.00.₹49.00Current price is: ₹49.00.
আপুনি যদি অসমীয়া মাধ্যমৰ (Class 9)ৰ ছাত্ৰ বা ছাত্রী হয়, তেন্তে Class 9 Social Science Question Answer PDF Notes বিষয়ৰ এই প্ৰশ্নোত্তৰ (স্হায়িকাখন) আপোনাৰ বাবে। ইয়াত পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সম্ভাৱ্য অতিৰিক্ত প্ৰশ্নৰো সুস্পষ্ট আৰু সহজ সমাধান সংযোজন কৰা হৈছে। আমাৰ স্হায়িকাখনত 90%+ Common প্রশ্নোত্তৰৰ নিচ্ছয়তা আছে।
Republic Day Offers!
Category: Class 9 PDF Notes
Tag: Class 9 Social Science PDF Notes
Description
Class 9 Social Science Question Answer PDF Notes
(সমাজ বিজ্ঞান)
As per the New Syllabus of SEBA 2026
Our Each PDF Guide Includes:
- প্ৰতিটো পাঠৰ পাঠভিক্তিক (Textual) প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ অতিৰিক্ত (Additional) প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ দীঘলীয়া প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ চমু প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ অতি চমু প্ৰশ্নোত্তৰ
- প্ৰতিটো প্ৰশ্নোত্তৰ অসমীয়া সহজ আৰু সৰল ভাষাত উপলব্ধ
- প্ৰতিটো প্ৰশ্নোত্তৰ ৰঙীন আৰু HD Quality PDF ত উপলব্ধ
প্ৰথম খণ্ড: ইতিহাস
| ভাৰতত ইউৰোপীয়সকলৰ আগমন | |
| ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ | |
| মোৱামৰীয়া গণ বিদ্ৰোহ | |
| মানৰ অসম আক্রমণ | |
| অসমত ব্রিটিছ প্রশাসনৰ আৰম্ভণি |
দ্বিতীয় খণ্ড: ভূগোল
| ভূ-পৃষ্ঠৰ পৰিৱৰ্তন | |
| বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ | |
| ভাৰতবৰ্ষৰ ভূগোল | |
| অসমৰ ভূগোল |
তৃতীয় খণ্ড: (ক) ৰাজনীতি বিজ্ঞান
| ভাৰতৰ ৰাজনৈতিক দল | |
| চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ |
তৃতীয় খণ্ড: (খ) অৰ্থনীতি বিজ্ঞান
| অর্থনীতিৰ মৌলিক বিষয়সমূহ | |
| মূল অর্থনৈতিক সমস্যাসমূহ |
আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:
- আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখকসমূহৰ সমবেত প্ৰচেষ্টাৰে ৰচিত।
- বিষয়বস্তুৰ সুচিন্তিত পৰিকল্পনা আৰু আকর্ষণীয় উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপসমূহ সম্পূৰ্ণৰূপে অনন্য।
- ব্যৱহৃত ভাষা আৰু শৈলী অত্যন্ত সহজ, স্পষ্ট আৰু স্মৰণযোগ্য।
- বিষয়বস্তুৰ বিন্যাস সুসংগঠিত, প্ৰণালীবদ্ধ আৰু পাঠকৰ বাবে সৰল।
- পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্যাংশ আৰু সম্ভাৱ্য প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
- প্ৰশ্ন–উত্তৰসমূহ যথাযথ, সংক্ষিপ্ত আৰু নিৰ্ভুল।
- আমাৰ কিতাপসমূহ বাহুল্যতামুক্ত আৰু লক্ষ্যনিষ্ঠ।
- সমাধানসমূহত ১০০ শতাংশ সম্ভাৱ্য কমন প্ৰশ্ন–উত্তৰৰ সংযোজন আছে।
- সকলো বিষয়বস্তু দক্ষ সমালোচক আৰু বিষয়বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
- আগৰ বৰ্ষসমূহৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধানো কিতাপত সন্নিবিষ্ট কৰা হৈছে।
- পাঠকসকলৰ যিকোনো পৰামৰ্শ, সমালোচনা, মতামত আৰু ৰাজহুৱা পৰ্যালোচনাক আমি সদায়ে সন্মান আৰু গুৰুত্ব দিওঁ।
- ছাত্ৰ–ছাত্ৰীসকলে যদি এই সমাধানসমূহ নিয়মিতভাৱে অনুশীলন কৰে, তেন্তে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন আত্মবিশ্বাসেৰে সমাধান কৰিব পাৰিব—এই বিষয়ে আমি সম্পূৰ্ণ নিশ্চিত।
Be the first to review “Class 9 Social Science Question Answer PDF Notes 2026” Cancel reply
Related products
-
Sale!
[Latest 1500+] ভাৰত কুইজ India Quiz PDF 2026
₹199.00Original price was: ₹199.00.₹49.00Current price is: ₹49.00. Buy Now -
Sale!
Class 9-12 Select Assamese Essay PDF Notes 2026
₹149.00Original price was: ₹149.00.₹29.00Current price is: ₹29.00. Buy Now -
Sale!
Class 9 Assamese Question Answer PDF Notes 2026
₹199.00Original price was: ₹199.00.₹49.00Current price is: ₹49.00. Buy Now





Reviews
There are no reviews yet.