Sale!

[Latest 1000+] অসম কুইজ Assam Quiz PDF 2026

Original price was: ₹199.00.Current price is: ₹49.00.

আপুনি যদি অসম সম্পর্কে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ‘[Latest 1000+] অসম কুইজ Assam Quiz PDF‘ গ্রন্থখন আপোনাৰ বাবে। ইয়াত অসম সম্পর্কে বিভিন্ন তথ্য আৰু সাধাৰণ জ্ঞান সংযোজন কৰা হৈছে। সাধাৰণ কুইজ অনুষ্ঠানৰ লগতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্রন্থখন উপযোগী।

Republic Day Offers!

 

Description

[Latest 1000+] অসম কুইজ Assam Quiz PDF

(সূচীপত্র)

অংশ-ক

অধ্যায় 👇বিষয়
অধ্যায় ১ ভৌগোলিক অসম
অধ্যায় ২ অসমৰ ইতিহাস
অধ্যায় ৩ অসমৰ ধৰ্ম আৰু উৎসৱ-পার্বণ
অধ্যায় ৪ ভাষা আৰু সাহিত্য
অধ্যায় ৫ অসমৰ হস্তশিল্প
অধ্যায় ৬ অসমৰ খেল-ধেমালী
অধ্যায় ৭ অসমৰ চলচ্চিত্র উদ্যোগ
অধ্যায় ৮ অসমৰ চাহ উদ্যোগ
অধ্যায় ৯ অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী
অধ্যায় ১০ অসমৰ নাট্য উদ্যোগ
অধ্যায় ১১ অসমৰ যোগাযোগ ব্যৱস্থা

অংশ-খ

অধ্যায় 👇বিষয়
অধ্যায় ১ অসমৰ ৰাজ্যপালসকল
অধ্যায় ২ অসমৰ মুখ্যমন্ত্ৰীসকল
অধ্যায় ৩ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকসকল
অধ্যায় ৪ অসম সাহিত্য সভাৰ সভাপতিসকল
অধ্যায় ৫ অসমীয়া সাহিত্যিকৰ ছদ্ম নাম
অধ্যায় ৬ অসমীয়া কবি/সাহিত্যিক শিল্পীৰ উপাধি
অধ্যায় ৭ অসমীয়া সাহিত্য জগতত প্ৰথম
অধ্যায় ৮ বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলা
অধ্যায় ৯ বিভিন্ন দিশত অসমৰ প্ৰথম
অধ্যায় ১০ কিছুমান ইংৰাজী শব্দৰ সংক্ষিপ্ত ৰূপ

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  1. আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখকসমূহৰ সমবেত প্ৰচেষ্টাৰে ৰচিত।
  2. বিষয়বস্তুৰ সুচিন্তিত পৰিকল্পনা আৰু আকর্ষণীয় উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপসমূহ সম্পূৰ্ণৰূপে অনন্য।
  3. ব্যৱহৃত ভাষা আৰু শৈলী অত্যন্ত সহজ, স্পষ্ট আৰু স্মৰণযোগ্য।
  4. বিষয়বস্তুৰ বিন্যাস সুসংগঠিত, প্ৰণালীবদ্ধ আৰু পাঠকৰ বাবে সৰল।
  5. পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্যাংশ আৰু সম্ভাৱ্য প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
  6. প্ৰশ্ন–উত্তৰসমূহ যথাযথ, সংক্ষিপ্ত আৰু নিৰ্ভুল।
  7. আমাৰ কিতাপসমূহ বাহুল্যতামুক্ত আৰু লক্ষ্যনিষ্ঠ।
  8. সমাধানসমূহত ১০০ শতাংশ সম্ভাৱ্য কমন প্ৰশ্ন–উত্তৰৰ সংযোজন আছে।
  9. সকলো বিষয়বস্তু দক্ষ সমালোচক আৰু বিষয়বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
  10. আগৰ বৰ্ষসমূহৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধানো কিতাপত সন্নিবিষ্ট কৰা হৈছে।
  11. পাঠকসকলৰ যিকোনো পৰামৰ্শ, সমালোচনা, মতামত আৰু ৰাজহুৱা পৰ্যালোচনাক আমি সদায়ে সন্মান আৰু গুৰুত্ব দিওঁ।
  12. ছাত্ৰ–ছাত্ৰীসকলে যদি এই সমাধানসমূহ নিয়মিতভাৱে অনুশীলন কৰে, তেন্তে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন আত্মবিশ্বাসেৰে সমাধান কৰিব পাৰিব—এই বিষয়ে আমি সম্পূৰ্ণ নিশ্চিত।

Reviews

There are no reviews yet.

Be the first to review “[Latest 1000+] অসম কুইজ Assam Quiz PDF 2026”