Sale!
[Latest 1500+] ভাৰত কুইজ India Quiz PDF 2026-27
₹199.00 Original price was: ₹199.00.₹59.00Current price is: ₹59.00.
আপুনি যদি ভাৰত সম্পর্কে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ‘[Latest 1500+] ভাৰত কুইজ India Quiz PDF‘ গ্রন্থখন আপোনাৰ বাবে। ইয়াত ভাৰত সম্পর্কে বিভিন্ন তথ্য আৰু সাধাৰণ জ্ঞান সংযোজন কৰা হৈছে। সাধাৰণ কুইজ অনুষ্ঠানৰ লগতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্রন্থখন উপযোগী।
Compartment Exam Offers!
Category: Quiz
Tag: ভাৰত কুইজ India Quiz PDF
Description
[Latest 1500+] ভাৰত কুইজ India Quiz PDF 2026-27
(ভাৰত কুইজ)
সূচীপত্র
অংশ-ক
| অধ্যায় | 👇বিষয় |
|---|---|
| অধ্যায় ১ | ভৌগোলিক ভাৰত |
| অধ্যায় ২ | ভাৰতৰ ইতিহাস |
| অধ্যায় ৩ | ভাৰতৰ ধৰ্ম আৰু উৎসৱ-পাৰ্বণ |
| অধ্যায় ৪ | ভাৰতৰ ভাষা আৰু সাহিত্য |
| অধ্যায় ৫ | ভাৰতৰ খেল জগত |
অংশ-খ
| অধ্যায় | 👇বিষয় |
|---|---|
| ১ | ভাৰতৰ ৰাষ্ট্ৰপতি সকল |
| ২ | ভাৰতৰ প্ৰধান মন্ত্ৰীসকল |
| ৩ | ভাৰতৰ উপৰাষ্ট্ৰপতিসকল |
| ৪ | ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তসকল |
| ৫ | ভাৰতৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকল |
| ৬ | ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতিসকল |
| ৭ | ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ |
| ৮ | ভাৰতৰ কোন স্থানক কি বুলি জনা যায় |
| ৯ | বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম |
| ১০ | ভাৰতৰ মহিলা মুখ্যমন্ত্ৰীসকল |
| ১১ | ‘ভাৰত ৰত্ন’ পোৱা ব্যক্তিসকল |
| ১২ | ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্ৰাণী |
| ১৩ | ভাৰতৰ বৃহত্তম, উচ্চতম, দীঘলতম, ক্ষুদ্ৰতম |
| ১৪ | ভাৰতৰ কেইখনমান ঠাইৰ পুৰণি আৰু নতুন নাম |
| ১৫ | ভাৰতৰ উল্লেখযোগ্য বাতৰি কাকত |
| ১৬ | ভাৰতৰ তেল শোধানাগাৰসমূহ |
| ১৭ | ভাৰতৰ প্ৰধান ৰাজনৈতিক দলসমূহ |
| ১৮ | ভাৰতৰ প্ৰধান সংগ্ৰহালয়বোৰ |
| ১৯ | ভাৰতৰ কেইখনমান বাতৰি পৰিবেশন সংস্থা |
| ২০ | ভাৰতীয় বিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ |
| ২১ | ভাৰতৰ বিভিন্ন ধৰ্মৰ তীৰ্থস্থানসমূহ |
| ২২ | ভাৰতৰ ৰেল গবেষণা কেন্দ্ৰসমূহ |
| ২৩ | ভাৰত চৰকাৰৰ উদ্যোগসমূহ |
| ২৪ | ভাৰতৰ সেনা প্ৰশিক্ষণ কেন্দ্ৰসমূহ |
| ২৫ | তথ্যঃ ৰিঅ’ অলিম্পিক ২০১৬ |
আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:
- আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখকসমূহৰ সমবেত প্ৰচেষ্টাৰে ৰচিত।
- বিষয়বস্তুৰ সুচিন্তিত পৰিকল্পনা আৰু আকর্ষণীয় উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপসমূহ সম্পূৰ্ণৰূপে অনন্য।
- ব্যৱহৃত ভাষা আৰু শৈলী অত্যন্ত সহজ, স্পষ্ট আৰু স্মৰণযোগ্য।
- বিষয়বস্তুৰ বিন্যাস সুসংগঠিত, প্ৰণালীবদ্ধ আৰু পাঠকৰ বাবে সৰল।
- পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্যাংশ আৰু সম্ভাৱ্য প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
- প্ৰশ্ন–উত্তৰসমূহ যথাযথ, সংক্ষিপ্ত আৰু নিৰ্ভুল।
- আমাৰ কিতাপসমূহ বাহুল্যতামুক্ত আৰু লক্ষ্যনিষ্ঠ।
- সমাধানসমূহত ১০০ শতাংশ সম্ভাৱ্য কমন প্ৰশ্ন–উত্তৰৰ সংযোজন আছে।
- সকলো বিষয়বস্তু দক্ষ সমালোচক আৰু বিষয়বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
- আগৰ বৰ্ষসমূহৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধানো কিতাপত সন্নিবিষ্ট কৰা হৈছে।
- পাঠকসকলৰ যিকোনো পৰামৰ্শ, সমালোচনা, মতামত আৰু ৰাজহুৱা পৰ্যালোচনাক আমি সদায়ে সন্মান আৰু গুৰুত্ব দিওঁ।
- ছাত্ৰ–ছাত্ৰীসকলে যদি এই সমাধানসমূহ নিয়মিতভাৱে অনুশীলন কৰে, তেন্তে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন আত্মবিশ্বাসেৰে সমাধান কৰিব পাৰিব—এই বিষয়ে আমি সম্পূৰ্ণ নিশ্চিত।
Be the first to review “[Latest 1500+] ভাৰত কুইজ India Quiz PDF 2026-27” Cancel reply
Related products
-
Sale!
[Latest 1000+] কোৰাণ আৰু হাদিছ কুইজ Al-Quran & hadith PDF 2027
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now -
Sale!
[Latest 1000+] খেল কুইজ Sports Quiz PDF Notes 2027
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now -
Sale!
[Latest 1000+] বিজ্ঞান কুইজ Science Quiz PDF 2027
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now





Reviews
There are no reviews yet.