Sale!

[Latest 1000+] বিশ্ব কুইজ World Quiz PDF 2026

Original price was: ₹199.00.Current price is: ₹49.00.

আপুনি যদি বিশ্ব সম্পর্কে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ‘[Latest 1000+] বিশ্ব কুইজ World Quiz PDF‘ গ্রন্থখন আপোনাৰ বাবে। ইয়াত বিশ্ব সম্পর্কে বিভিন্ন তথ্য আৰু সাধাৰণ জ্ঞান সংযোজন কৰা হৈছে। সাধাৰণ কুইজ অনুষ্ঠানৰ লগতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্রন্থখন উপযোগী।

Republic Day Offers!

 

Description

[Latest 1000+] বিশ্ব কুইজ World Quiz PDF

(বিশ্ব কুইজ)

সূচীপত্র

ক্রমিক নং বিষয়
1 পৃথিৱীৰ ভৌগোলিক তথ্য
2 বিশ্ব বুৰঞ্জী
3 আবিষ্কাৰ আৰু আবিষ্কাৰক
4 বিশ্বৰ বৃহত্তম
5 বিশ্বৰ উচ্চতম
6 বিশ্বৰ ক্ষুদ্রতম
7 বিশ্বৰ দীর্ঘতম
8 বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম নাম
9 পৃথিৱীৰ সাগৰসমূহ
10 পৃথিৱীৰ মহাসাগৰসমূহ
11 পৃথিৱীৰ মহাদেশসমূহ
12 বিশ্বৰ খেল জগত
13 পৃথিৱীৰ উল্লেখযোগ্য আগ্নেয়গিৰি
14 পৃথিৱীৰ ক্ষুদ্রতম দহখন দেশ
15 বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক
16 সাহিত্যত নোবেল বঁটা বিজয়ীসকল
17 বিভিন্ন দেশৰ প্ৰথম মহিলা মুৰব্বী
18 বিভিন্ন দেশৰ স্বাধীনতা দিৱস
19 বিভিন্ন ক্ষেত্ৰত বাটকটীয়া
20 আন্তৰ্জাতিক দিৱসসমূহ
21 গুৰুত্বপূৰ্ণ সপ্তাহসমূহ
22 নদীৰ পাৰস্থ বিশ্বৰ নগৰসমূহ
23 মানব শৰীৰৰ তন্ত্ৰসমূহ
24 প্রশ্নোত্তৰত বিজ্ঞান তথ্য
25 বিশ্বৰ প্ৰধান মৰুভূমিসমূহ
26 বিশ্বৰ প্ৰধান জলপ্ৰপাতসমূহ
27 কাৰাগাৰত ৰচিত গ্ৰন্থবোৰ
28 বিশ্বৰ প্ৰধান ৰাজপ্ৰসাদসমূহ
29 আন্তর্জাতিক সীমাৰেখাসমূহ
30 বিশ্বৰ কেইখনমান বাতৰি কাকত
31 আত্মজীৱনী
32 পৃথিৱীৰ উল্লেখযোগ্য হ্ৰদসমূহ
33 বিশ্বৰ প্রখ্যাত গ্ৰন্থসমূহ

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  1. আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখকসমূহৰ সমবেত প্ৰচেষ্টাৰে ৰচিত।
  2. বিষয়বস্তুৰ সুচিন্তিত পৰিকল্পনা আৰু আকর্ষণীয় উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপসমূহ সম্পূৰ্ণৰূপে অনন্য।
  3. ব্যৱহৃত ভাষা আৰু শৈলী অত্যন্ত সহজ, স্পষ্ট আৰু স্মৰণযোগ্য।
  4. বিষয়বস্তুৰ বিন্যাস সুসংগঠিত, প্ৰণালীবদ্ধ আৰু পাঠকৰ বাবে সৰল।
  5. পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্যাংশ আৰু সম্ভাৱ্য প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
  6. প্ৰশ্ন–উত্তৰসমূহ যথাযথ, সংক্ষিপ্ত আৰু নিৰ্ভুল।
  7. আমাৰ কিতাপসমূহ বাহুল্যতামুক্ত আৰু লক্ষ্যনিষ্ঠ।
  8. সমাধানসমূহত ১০০ শতাংশ সম্ভাৱ্য কমন প্ৰশ্ন–উত্তৰৰ সংযোজন আছে।
  9. সকলো বিষয়বস্তু দক্ষ সমালোচক আৰু বিষয়বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
  10. আগৰ বৰ্ষসমূহৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধানো কিতাপত সন্নিবিষ্ট কৰা হৈছে।
  11. পাঠকসকলৰ যিকোনো পৰামৰ্শ, সমালোচনা, মতামত আৰু ৰাজহুৱা পৰ্যালোচনাক আমি সদায়ে সন্মান আৰু গুৰুত্ব দিওঁ।
  12. ছাত্ৰ–ছাত্ৰীসকলে যদি এই সমাধানসমূহ নিয়মিতভাৱে অনুশীলন কৰে, তেন্তে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন আত্মবিশ্বাসেৰে সমাধান কৰিব পাৰিব—এই বিষয়ে আমি সম্পূৰ্ণ নিশ্চিত।

Reviews

There are no reviews yet.

Be the first to review “[Latest 1000+] বিশ্ব কুইজ World Quiz PDF 2026”