Sale!

Class 10 Assamese Question Answer PDF Notes 2026-27

Original price was: ₹199.00.Current price is: ₹59.00.

আপুনি যদি (Class 10) অসমীয়া মাধ্যমৰ ছাত্ৰ বা ছাত্রী হয়, তেন্তে Class 10 Assamese Question Answer PDF Notes বিষয়ৰ এই প্ৰশ্নোত্তৰ (স্হায়িকাখন) আপোনাৰ বাবে। ইয়াত পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সম্ভাৱ্য অতিৰিক্ত প্ৰশ্নৰো সুস্পষ্ট আৰু সহজ সমাধান সংযোজন কৰা হৈছে। আমাৰ স্হায়িকাখনত 90%+ Common প্রশ্নোত্তৰৰ নিচ্ছয়তা আছে।

Compartment Exam Offers!

Description

দশম শ্ৰেণীৰ Class 10 Assamese Question Answer 2026-27

(অসমীয়া)

(Medium: Assamese:)

As per the New Syllabus of SEBA 2026-27

Our Each PDF Guide Includes:

  • প্ৰতিটো পাঠৰ পাঠভিক্তিক (Textual) প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ অতিৰিক্ত (Additional) প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ দীঘলীয়া প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ চমু প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ অতি চমু প্ৰশ্নোত্তৰ
  • প্ৰতিটো প্ৰশ্নোত্তৰ অসমীয়া সহজ আৰু সৰল ভাষাত উপলব্ধ
  • প্ৰতিটো প্ৰশ্নোত্তৰ ৰঙীন আৰু HD Quality PDF ত উপলব্ধ

গ্ৰুপ–ক (বাধ্যতামূলক): গদ্যাংশ

👇অধ্যায়ৰ নাম
ভাৰতীয় সংস্কৃতি
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
পাৰস্যত এভূমুকি
ইন্টাৰনেটৰ তিতা-মিঠা
অৰুণিমা সিন্‌হা
অৰণ্য যাত্ৰা
উদ্যোগী হওঁ আহাঁ

গ্ৰুপ–ক (বাধ্যতামূলক): পদ্যাংশ

👇অধ্যায়ৰ নাম
বৰগীত
জিকিৰ জাৰী
প্রশস্তি
মই অসমীয়া
দৃশ্যান্তৰ

গ্ৰুপ–খ (ঐচ্ছিক): পদ্যাংশ

👇অধ্যায়ৰ নাম
কানাইৰ চাতুৰী
ধৰ ঝাড়ু ধৰ ভাই
বিষাদ যোগ
প্ৰাচীন ভাৰতীয় শিক্ষা

দ্ৰুত পাঠ

👇অধ্যায়ৰ নাম
বৈচিত্রময় অসম
আবেদন/প্ৰতিবেদন লিখন
ভাব সম্প্ৰসাৰণ
অসমীয়া ব্যাকৰণ

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  1. আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখকসমূহৰ সমবেত প্ৰচেষ্টাৰে ৰচিত।
  2. বিষয়বস্তুৰ সুচিন্তিত পৰিকল্পনা আৰু আকর্ষণীয় উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপসমূহ সম্পূৰ্ণৰূপে অনন্য।
  3. ব্যৱহৃত ভাষা আৰু শৈলী অত্যন্ত সহজ, স্পষ্ট আৰু স্মৰণযোগ্য।
  4. বিষয়বস্তুৰ বিন্যাস সুসংগঠিত, প্ৰণালীবদ্ধ আৰু পাঠকৰ বাবে সৰল।
  5. পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্যাংশ আৰু সম্ভাৱ্য প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
  6. প্ৰশ্ন–উত্তৰসমূহ যথাযথ, সংক্ষিপ্ত আৰু নিৰ্ভুল।
  7. আমাৰ কিতাপসমূহ বাহুল্যতামুক্ত আৰু লক্ষ্যনিষ্ঠ।
  8. সমাধানসমূহত ১০০ শতাংশ সম্ভাৱ্য কমন প্ৰশ্ন–উত্তৰৰ সংযোজন আছে।
  9. সকলো বিষয়বস্তু দক্ষ সমালোচক আৰু বিষয়বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
  10. আগৰ বৰ্ষসমূহৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধানো কিতাপত সন্নিবিষ্ট কৰা হৈছে।
  11. পাঠকসকলৰ যিকোনো পৰামৰ্শ, সমালোচনা, মতামত আৰু ৰাজহুৱা পৰ্যালোচনাক আমি সদায়ে সন্মান আৰু গুৰুত্ব দিওঁ।
  12. ছাত্ৰ–ছাত্ৰীসকলে যদি এই সমাধানসমূহ নিয়মিতভাৱে অনুশীলন কৰে, তেন্তে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন আত্মবিশ্বাসেৰে সমাধান কৰিব পাৰিব—এই বিষয়ে আমি সম্পূৰ্ণ নিশ্চিত।

Reviews

There are no reviews yet.

Be the first to review “Class 10 Assamese Question Answer PDF Notes 2026-27”