Sale!

Class 11 Automotive Solutions PDF Notes Assamese Medium 2027

Original price was: ₹249.00.Current price is: ₹59.00.

আপুনি যদি উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ (Class 11) অসমীয়া মাধ্যমৰ ছাত্ৰ বা ছাত্রী হয়, তেন্তে Class 11 Automotive Solutions PDF Notes Assamese Medium 2027 বিষয়ৰ এই প্ৰশ্নোত্তৰ (স্হায়িকাখন) আপোনাৰ বাবে। ইয়াত পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সম্ভাৱ্য অতিৰিক্ত প্ৰশ্নৰো সুস্পষ্ট আৰু সহজ সমাধান সংযোজন কৰা হৈছে। আমাৰ স্হায়িকাখনত 90%+ Common প্রশ্নোত্তৰৰ নিচ্ছয়তা আছে।

Hurry Up! Offers Ends On

Description

Class 11 Automotive Solutions PDF Notes Assamese Medium 2027

(Automotive)

(Medium: Assamese)

As per the New Syllabus of AHSEC 2026-27

আমাৰ প্ৰতিখন PDF গাইডত অন্তৰ্ভুক্ত আছে-

  • প্ৰতিটো পাঠৰ পাঠভিক্তিক (Textual) প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ অতিৰিক্ত (Additional) প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ দীঘলীয়া প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ চমু প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ অতি চমু প্ৰশ্নোত্তৰ
  • প্ৰতিটো প্ৰশ্নোত্তৰ সহজ আৰু সৰল ভাষাত উপলব্ধ
  • প্ৰতিটো প্ৰশ্নোত্তৰ ৰঙীন আৰু HD Quality PDF ত উপলব্ধ

Table of Contents (সূচীপত্র)

Book-I (গ্রন্থ-১)

Job Role: Four Wheeler Service Technician (কর্ম ভূমিকা: চাৰি-চকীয়া বাহন সেৱা কাৰিকৰ)

Unit Session পাঠৰ নাম
Unit 1 Session 1 Basic Geometric Constructions (মৌলিক জ্যামিতিক নিৰ্মাণ)
Unit 1 Session 2 Tools of Engineering Drawing (অভিযান্ত্ৰিক অংকনৰ সঁজুলিসমূহ)
Unit Session পাঠৰ নাম
Unit 2 Session 1 Automotive Bolts and Machine Screws (স্বয়ংচালিত বল্ট আৰু মেচিন স্ক্ৰু)
Unit 2 Session 2 Automotive Nuts (স্বয়ংচালিত নাট)
Unit 2 Session 3 Automotive Studs (স্বয়ংচালিত ষ্টাড)
Unit 2 Session 4 Automotive Washers and Rivets (স্বয়ংচালিত ৱাশ্বাৰ আৰু ৰিভেট)
Unit 2 Session 5 Removal and Replacement of Damaged Fasteners (ক্ষতিগ্ৰস্ত সংযোজক সামগ্ৰী আঁতৰোৱা আৰু সলনি কৰা)
Unit Session পাঠৰ নাম
Unit 3 Session 1 Engineering Material (অভিযান্ত্ৰিক পদাৰ্থ)
Unit 3 Session 2 Basic Manufacturing Processes (মৌলিক উৎপাদন প্ৰক্ৰিয়াসমূহ)
Unit Session পাঠৰ নাম
Unit 4 Session 1 Handling and Usage of Direct and Indirect Measuring Instruments (প্ৰত্যক্ষ আৰু পৰোক্ষ জোখ-মাখৰ সঁজুলিৰ পৰিচালনা আৰু ব্যৱহাৰ)
Unit 4 Session 2 Angular Measuring Instruments (কোণ জোখাৰ সঁজুলিসমূহ)
Unit 4 Session 3 Dial Indicator or Gauge and Other Gauges (ডায়েল ইণ্ডিকেটৰ বা গজ আৰু অন্যান্য গজ)
Unit 4 Session 4 Instruments on the Dashboard of a Vehicle (এখন বাহনৰ ডেশ্বব’ৰ্ডত থকা সঁজুলিসমূহ)
Unit Session পাঠৰ নাম
Unit 5 Session 1 Inspection of an Engine (ইঞ্জিন পৰিদৰ্শন)
Unit 5 Session 2 Washing of an Engine (ইঞ্জিন ধোৱা)
Unit 5 Session 3 Tuning of Fuel System of an Engine (ইঞ্জিনৰ ইন্ধন ব্যৱস্থাৰ টিউনিং)
Unit 5 Session 4 Tuning of Ignition System of an Engine (ইঞ্জিনৰ ইগনিশ্যন ব্যৱস্থাৰ টিউনিং)
Unit 5 Session 5 Tuning of Lubrication System of an Engine (ইঞ্জিনৰ লুব্ৰিকেশ্যন ব্যৱস্থাৰ টিউনিং)
Unit 5 Session 6 Tuning of Cooling System of an Engine (ইঞ্জিনৰ শীতলীকৰণ ব্যৱস্থাৰ টিউনিং)
Unit 5 Session 7 Tightening of Fasteners (Nuts, Bolts and Screws) (সংযোজক সামগ্ৰী টান কৰা (নাট, বল্ট আৰু স্ক্ৰু))
Unit 5 Session 8 Engine Timing (Tuning) (ইঞ্জিন টাইমিং (টিউনিং))
Unit Session পাঠৰ নাম
Unit 6 Session 1 Transmission System (ট্ৰেন্সমিছন ব্যৱস্থা)
Unit 6 Session 2 Clutch Maintenance and Adjustment (ক্লাচৰ ৰক্ষণাবেক্ষণ আৰু সমন্বয়)
Unit Session পাঠৰ নাম
Unit 7 Session 1 Lubrication of Gearbox (গিয়েৰবক্সৰ লুব্ৰিকেশ্যন)
Unit 7 Session 2 Setting of Gearbox (গিয়েৰবক্সৰ ছেটিং)
Unit Session পাঠৰ নাম
Unit 8 Session 1 Importance of Wheels (চকাৰ গুৰুত্ব)
Unit 8 Session 2 Importance of Hub Greasing and Bearing Play Adjustment (হাবত গ্ৰীজ প্ৰয়োগ আৰু বেয়াৰিঙৰ প্লে সমন্বয়ৰ গুৰুত্ব)
Unit 8 Session 3 Tyre and Tube Maintenance (টায়াৰ আৰু টিউবৰ ৰক্ষণাবেক্ষণ)
Unit 8 Session 4 Repairing of Punctured Tube (ফুটা হোৱা টিউব মেৰামতি)
Unit Session পাঠৰ নাম
Unit 9 Session 1 Brake and Its Maintenance (ব্ৰেক আৰু ইয়াৰ ৰক্ষণাবেক্ষণ)

Book-II (গ্রন্থ-২)

Employability Skills (নিয়োগযোগ্যতাৰ দক্ষতাসমূহ

Unit Session পাঠৰ নাম
Unit 1 Session 1 Introduction to Communication (যোগাযোগৰ পৰিচয়)
Unit 1 Session 2 Verbal Communication (মৌখিক যোগাযোগ)
Unit 1 Session 3 Non-verbal Communication (অমৌখিক যোগাযোগ)
Unit 1 Session 4 Pronunciation Basics (উচ্চাৰণৰ মৌলিক বিষয়সমূহ)
Unit 1 Session 5 Communication Styles – Assertiveness (যোগাযোগৰ শৈলী – দৃঢ়তাপূৰ্ণতা)
Unit 1 Session 6 Saying ‘No’ Refusal Skills (নাকচ কৰাৰ দক্ষতা)
Unit 1 Session 7 Writing Skills Parts of Speech (লিখন দক্ষতাঃ পদৰ প্ৰকাৰসমূহ)
Unit 1 Session 8 Writing Skills Sentences (লিখন দক্ষতা: বাক্য)
Unit 1 Session 9 Greetings and Introduction (অভিবাদন আৰু পৰিচয়)
Unit 1 Session 10 Talking about Self (নিজৰ বিষয়ে কথা কোৱা)
Unit 1 Session 11 Asking Questions (প্ৰশ্ন কৰা)
Unit 1 Session 12 Talking about Family (পৰিয়ালৰ বিষয়ে কথা কোৱা)
Unit 1 Session 13 Describing Habits and Routines (অভ্যাস আৰু দৈনন্দিন কাৰ্যকলাপৰ বৰ্ণনা)
Unit 1 Session 14 Asking for Directions (দিশ-নিৰ্দেশনা বিচৰা)
Unit Session পাঠৰ নাম
Unit 2 Session 1 Strength and Weakness Analysis (শক্তি আৰু দুৰ্বলতাৰ বিশ্লেষণ)
Unit 2 Session 2 Grooming (ব্যক্তিগত পৰিচৰ্যা)
Unit 2 Session 3 Personal Hygiene (ব্যক্তিগত পৰিচ্ছন্নতা)
Unit 2 Session 4 Team Work (দলীয় কাম)
Unit 2 Session 5 Networking Skills (নেটৱৰ্কিং দক্ষতা)
Unit 2 Session 6 Self-motivation (আত্ম-প্ৰেৰণা)
Unit 2 Session 7 Goal Setting (লক্ষ্য নিৰ্ধাৰণ)
Unit 2 Session 8 Time Management (সময় পৰিচালনা)
Unit Session পাঠৰ নাম
Unit 3 Session 1 Introduction to ICT (ICT-ৰ পৰিচয়)
Unit 3 Session 2 Basic Interface of LibreOffice Writer (LibreOffice Writer-ৰ মৌলিক ইণ্টাৰফেচ)
Unit 3 Session 3 Saving, Closing, Opening and Printing Document (দস্তাবেজ সংৰক্ষণ, বন্ধ, খোলা আৰু মুদ্ৰণ)
Unit 3 Session 4 Formatting Text in a Word Document (Word দস্তাবেজত পাঠ্যৰ ফৰ্মেটিং)
Unit 3 Session 5 Checking Spelling and Grammar (বানান আৰু ব্যাকৰণ পৰীক্ষা কৰা)
Unit 3 Session 6 Inserting Lists, Tables, Pictures and Shapes (তালিকা, টেবুল, ছবি আৰু আকৃতি সন্নিৱিষ্ট কৰা)
Unit 3 Session 7 Header, Footer and Page Number (হেডাৰ, ফুটাৰ আৰু পৃষ্ঠা নম্বৰ)
Unit 3 Session 8 Tracking Changes in LibreOffice Writer (LibreOffice Writer-ত পৰিৱৰ্তনসমূহ অনুসৰণ কৰা)
Unit Session পাঠৰ নাম
Unit 4 Session 1 Introduction to Entrepreneurship (উদ্যোগিতাৰ পৰিচয়)
Unit 4 Session 2 Values of an Entrepreneur (এজন উদ্যোগীৰ মূল্যবোধ)
Unit 4 Session 3 Attitude of an Entrepreneur (এজন উদ্যোগীৰ মনোভাৱ)
Unit 4 Session 4 Thinking Like an Entrepreneur (এজন উদ্যোগীৰ দৰে চিন্তা কৰা)
Unit 4 Session 5 Coming Up with a Business Idea (ব্যৱসায়িক ধাৰণা উদ্ভাৱন কৰা)
Unit 4 Session 6 Understanding the Market (বজাৰ বুজি পোৱা)
Unit 4 Session 7 Business Planning (ব্যৱসায়িক পৰিকল্পনা)
Unit Session পাঠৰ নাম
Unit 5 Session 1 Sectors of Green Economy (সেউজ অৰ্থনীতিৰ খণ্ডসমূহ)
Unit 5 Session 2 Policies for a Green Economy (সেউজ অৰ্থনীতিৰ বাবে নীতিসমূহ)
Unit 5 Session 3 Stakeholders in Green Economy (সেউজ অৰ্থনীতিত অংশীদাৰসকল)
Unit 5 Session 4 Government and Private Agencies (চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহ)

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  1. আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্রশিক্ষিত লেখকৰ এটা সমিতিৰ দ্বাৰা ৰচিত।
  2. বিষয়বস্তুৰ পৰিকল্পনা আৰু উপস্থাপনাৰ ক্ষেত্ৰত আমাৰ গ্ৰন্থসমূহ অনন্য।
  3. আমাৰ ভাষা আৰু শৈলী সহজে বুজিব পৰা আৰু মনত ৰাখিবলৈ সুবিধাজনক।
  4. আমাৰ গ্ৰন্থসমূহৰ বিষয়বস্তুসমূহ সু-সংগঠিত আৰু পদ্ধতিগতভাৱে সজোৱা।
  5. আমাৰ গ্ৰন্থসমূহত পাঠ্যভিত্তিক আৰু সম্ভাব্য সকলো প্ৰশ্নৰ সমাধান পৰীক্ষামুখী দৃষ্টিভংগীৰে অন্তৰ্ভুক্ত কৰা হৈছে।
  6. আমাৰ প্রশ্নোত্তৰসমূহ সংক্ষিপ্ত আৰু সৰলভাৱে মূল বিষয়বস্তুক লক্ষ্য কৰি প্ৰস্তুত।
  7. আমাৰ গ্ৰন্থসমূহত অপ্রয়োজনীয় দীঘলীয়া বর্ণনা নাই।
  8. আমাৰ ৰেডি গাইড (টোকা)-ত ১০০% সাধাৰণ (common) প্রশ্ন অন্তর্ভুক্ত।
  9. আমাৰ গ্ৰন্থসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
  10. আমাৰ গ্ৰন্থসমূহত পূর্বৱৰ্তী সকলো পৰীক্ষাৰ প্ৰশ্নপত্ৰৰ সমাধান অন্তর্ভুক্ত।
  11. আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, জনসমীক্ষা আৰু প্ৰতিক্রিয়াক সন্মান জনাই গ্রহণ আৰু কাৰ্যকৰী কৰোঁ।
  12. পৰীক্ষাৰ্থী (ছাত্র-ছাত্রী) সকলে যদি এই ৰেডি গাইডত দিয়া প্রশ্নোত্তৰসমূহ অনুশীলন কৰে, তেন্তে তেওঁলোকে পৰীক্ষাত আহিব পৰা যিকোনো প্রশ্ন সমাধান কৰিব পাৰিব বুলি আমি নিশ্চিত কৰোঁ।

Reviews

There are no reviews yet.

Be the first to review “Class 11 Automotive Solutions PDF Notes Assamese Medium 2027”