Sale!
Class 12 Automotive Solutions PDF Notes Assamese Medium 2026-27
₹199.00 Original price was: ₹199.00.₹49.00Current price is: ₹49.00.
আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ (Class 12) অসমীয়া মাধ্যমৰ ছাত্ৰ বা ছাত্রী হয়, তেন্তে Class 12 Automotive Solutions PDF Notes Assamese Medium বিষয়ৰ এই প্ৰশ্নোত্তৰ (স্হায়িকাখন) আপোনাৰ বাবে। ইয়াত পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সম্ভাৱ্য অতিৰিক্ত প্ৰশ্নৰো সুস্পষ্ট আৰু সহজ সমাধান সংযোজন কৰা হৈছে। আমাৰ স্হায়িকাখনত 90%+ Common প্রশ্নোত্তৰৰ নিচ্ছয়তা আছে।
Compartment Exam Offers!
Description
Class 12 Automotive Solutions PDF Notes Assamese Medium 2026-27
(Automotive)
(Medium: Assamese)
As per the New Syllabus of AHSEC 2026-27
আমাৰ প্ৰতিখন PDF গাইডত অন্তৰ্ভুক্ত আছে-
- প্ৰতিটো পাঠৰ পাঠভিক্তিক (Textual) প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ অতিৰিক্ত (Additional) প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ দীঘলীয়া প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ চমু প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ অতি চমু প্ৰশ্নোত্তৰ
- প্ৰতিটো প্ৰশ্নোত্তৰ সহজ আৰু সৰল ভাষাত উপলব্ধ
- প্ৰতিটো প্ৰশ্নোত্তৰ ৰঙীন আৰু HD Quality PDF ত উপলব্ধ
Book I (পুথি এক)
Job Role: Four Wheeler Service Technician (কৰ্ম ভূমিকাঃ চাৰি চকীয়া যানবাহনৰ সেৱা প্ৰপ্রযুক্তিবিদ)
Book II (পুথি দুই)
Employability Skills (নিযুক্তিযোগ্যতা দক্ষতা)
| No. | Module -1: Service Manual (সেৱা নির্দেশিকা পুথি) |
|---|---|
| 1 | Session 1: Reading of Service Manual (সেৱা নির্দেশিকা পুথি অধ্যয়ন) |
| No. | Module 2: Serviceability, Replacement or Repair of Engine Components (ইঞ্জিনৰ অংশসমূহৰ সেৱাযোগ্যতা, প্রতিষ্ঠাপন অথবা মেৰামতি) |
|---|---|
| 1 | Session 1: Reconditioning of Valve Mechanism (ভালভ ব্যৱস্থাৰ পুনৰ সংস্কাৰ) |
| 2 | Session 2: Replacement of Piston Rings (পিষ্টন ৰিংসমূহৰ প্ৰতিষ্ঠাপন) |
| 3 | Session 3: Inspection and Replacement of Sleeves, Connecting Rod and Engine Bearing (স্লীভ, কানেক্টিং ৰড আৰু ইঞ্জিন বেয়াৰিঙৰ পৰিদৰ্শন আৰু প্ৰতিষ্ঠাপন) |
| 4 | Session 4: Testing of Cooling System and Replacement of Defective Component (শীতলীকৰণ ব্যৱস্থাৰ পৰীক্ষা আৰু ত্রুটিপূর্ণ অংশৰ প্ৰতিষ্ঠাপন) |
| 5 | Session 5: Regular Servicing of MPFI System (MPFI ব্যৱস্থাৰ নিয়মিত সেৱা) |
| 6 | Session 6: Servicing of CRDI and Non CRDI System (CRDI আৰু Non CRDI ব্যৱস্থাৰ সেৱা) |
| No. | Module 3: Transmission System (সংবহন ব্যৱস্থা) |
|---|---|
| 1 | Session 1: Overhauling of clutch (ক্লাচৰ সম্পূৰ্ণ মেৰামতি) |
| 2 | Session 2: Servicing of propeller shaft, universal and slip joints (প্রপেলাৰ শ্বাফ্ট, ইউনিভার্চেল আৰু স্লিপ জইণ্টৰ সেৱা) |
| 3 | Session 3: Servicing of Differential unit and adjustment (ডিফাৰেনচিয়েল এককৰ সেৱা আৰু সামঞ্জস্য) |
| 4 | Session 4: Automatic transmission system (স্বয়ংক্রিয় সংবহন ব্যবস্থা) |
| No. | Module 4: Suspension system (ছাছপেনচন ব্যৱস্থা) |
|---|---|
| 1 | Session 1: Maintenance of suspension system (ছাছপেনচন ব্যৱস্থাৰ ৰক্ষণাবেক্ষণ) |
| 2 | Session 2: Service and repair of leaf spring set (লিফ স্প্রিং ছেটৰ সেৱা আৰু মেৰামতি) |
| 3 | Session 3: Replacement of strut, shock absorber, steering linkage (স্ট্রাট, শ্বক এবজৰ্বাৰ আৰু ষ্টিয়াৰিং লিংকেজৰ প্ৰতিষ্ঠাপন) |
| 4 | Session 4: Inspection of steering linkage (ষ্টয়াৰিং লিংকেজৰ পৰিদৰ্শন) |
| 5 | Session 5: Manual and power steering system (হস্তচালিত আৰু শক্তিচালিত ষ্টিয়াৰিং ব্যৱস্থা) |
| 6 | Session 6: Steering system adjustment (ষ্টিয়াৰিং ব্যৱস্থাৰ সামঞ্জস্য) |
| No. | Module 5: Auto Electrical (অটো বৈদ্যুতিক) |
|---|---|
| 1 | Session 1: Automotive Electrical and Electronics (যানবাহন বৈদ্যুতিক আৰু ইলেক্ট্রনিকচ) |
| 2 | Session 2: Electrical Test Equipment (বৈদ্যুতিক পৰীক্ষা সঁজুলি) |
| 3 | Session 3: Battery and its Maintenance (বেটাৰী আৰু ইয়াৰ ৰক্ষণাবেক্ষণ) |
| 4 | Session 4: Checking of Electrical Connections of Lighting System in a Vehicle (যানবাহনত আলোক ব্যৱস্থাৰ বৈদ্যুতিক সংযোগ পৰীক্ষা) |
| 5 | Session 5: Application and Replacement of Fuses (ফিউজৰ প্ৰয়োগ আৰু প্রতিষ্ঠাপন) |
| 6 | Session 6: Circuit Diagram of Charging System of Automobile and Checking of Charging System (যানবাহনৰ চার্জিং ব্যৱস্থাৰ বৰ্তনী চিত্ৰ আৰু চার্জিং ব্যৱস্থাৰ পৰীক্ষা) |
| 7 | Session 7: Circuit Diagram of Starting System of Automobile and Checking of Starter Circuit (যানবাহনৰ আৰম্ভণি ব্যৱস্থাৰ বৰ্তনী চিত্ৰ আৰু ষ্টাৰ্টাৰ বৰ্তনীৰ পৰীক্ষা) |
| 8 | Session 8: Circuit Diagram of Ignition System and Checking of Ignition Circuit ইগ্নিশ্বন ব্যৱস্থাৰ বৰ্তনী চিত্ৰ আৰু ইগ্নিশ্বন বৰ্তনীৰ পৰীক্ষা) |
| 9 | Session 9: Maintenance and Servicing of Major Electrical Accessories (মুখ্য বৈদ্যুতিক আনুষংগিক সামগ্ৰীৰ ৰক্ষণাবেক্ষণ আৰু সেৱা) |
| 10 | Session 10: Introduction to Climate Control System, Heating Ventilation and Air Conditioning in a Vehicle (যানবাহনত জলবায়ু নিয়ন্ত্ৰণ ব্যৱস্থা, উষ্ণীকৰণ, বায়ু চলাচল আৰু বায়ু শীতলীকৰণৰ পৰিচয়) |
Book II (পুথি দুই)
Employability Skills (নিযুক্তিযোগ্যতা দক্ষতা)
| No. | Unit 1: Communication Skills (যোগাযোগ দক্ষতা) |
|---|---|
| 1 | Session 1: Active Listening (সক্রিয় শ্রবণ) |
| 2 | Session 2: Parts of Speech (পদৰ প্ৰকাৰ) |
| 3 | Session 3: Writing Sentences (বাক্য লিখন) |
| No. | Unit 2: Self-management Skills (স্বপৰিচালনা দক্ষতা) |
|---|---|
| 1 | Session 1: Motivation and Positive Attitude (প্ৰেৰণা আৰু ইতিবাচক মনোভার) |
| 2 | Session 2: Result Orientation (ফলাফলমুখী মনোভাৱ) |
| 3 | Session 3: Self-awareness (আত্ম-সচেতনতা) |
| No. | Unit 3: Information and Communication Technology Skills (তথ্য আৰু যোগাযোগ প্রযুক্তি দক্ষতা) |
|---|---|
| 1 | Session 1: Getting Started with Spreadsheet (স্প্রেডশীটৰ সৈতে আৰম্ভণি) |
| 2 | Session 2: Performing Basic Operations in a Spreadsheet (স্প্রেডম্বীটত মৌলিক কার্য সম্পাদন) |
| 3 | Session 3: Working with Data and Formatting Text (তথ্যৰ সৈতে কাম আৰু পাঠ বিন্যাস) |
| 4 | Session 4: Advanced Features in Spreadsheet (স্প্রেডশীটৰ উন্নত বৈশিষ্ট্যসমূহ) |
| 5 | Session 5: Presentation Software (প্রেজেন্টেশ্বন ছফ্টৱেৰ) |
| 6 | Session 6: Opening, Closing, Saving and Printing a Presentation (প্রেজেন্টেশ্বন খোলা, বন্ধ কৰা, সংৰক্ষণ আৰু মুদ্ৰণ কৰণ) |
| 7 | Session 7: Working with Slides and Text in a Presentation (প্রেজেন্টেশ্বনত স্লাইড আৰু পাঠৰ সৈতে কাম কৰণ) |
| 8 | Session 8: Advanced Features used in Presentation (প্রেজেন্টেশ্বনত ব্যৱহৃত উন্নত বৈশিষ্ট্যসমূহ) |
| No. | Unit 4: Entrepreneurship Skills (উদ্যোগিতা দক্ষতা) |
|---|---|
| 1 | Session 1: Entrepreneurship and Entrepreneur (উদ্যোগিতা আৰু উদ্যোগপতি) |
| 2 | Session 2: Barriers to Entrepreneurship (উদ্যোগিতাৰ বাধাসমূহ) |
| 3 | Session 3: Entrepreneurial Attitudes (উদ্যোগপতি মনোভাব) |
| 4 | Session 4: Entrepreneurial Competencies (উদ্যোগপতি দক্ষতাসমূহ) |
| No. | Unit 5: Green Skills (সেউজ দক্ষতা) |
|---|---|
| 1 | Session 1: Green Jobs (সেউজ কর্ম/ চাকৰি) |
| 2 | Session 2: Importance of Green Jobs (সেউজ চাকৰিৰ গুৰুত্ব) |
আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:
- আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখকসমূহৰ সমবেত প্ৰচেষ্টাৰে ৰচিত।
- বিষয়বস্তুৰ সুচিন্তিত পৰিকল্পনা আৰু আকর্ষণীয় উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপসমূহ সম্পূৰ্ণৰূপে অনন্য।
- ব্যৱহৃত ভাষা আৰু শৈলী অত্যন্ত সহজ, স্পষ্ট আৰু স্মৰণযোগ্য।
- বিষয়বস্তুৰ বিন্যাস সুসংগঠিত, প্ৰণালীবদ্ধ আৰু পাঠকৰ বাবে সৰল।
- পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্যাংশ আৰু সম্ভাৱ্য প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
- প্ৰশ্ন–উত্তৰসমূহ যথাযথ, সংক্ষিপ্ত আৰু নিৰ্ভুল।
- আমাৰ কিতাপসমূহ বাহুল্যতামুক্ত আৰু লক্ষ্যনিষ্ঠ।
- সমাধানসমূহত ১০০ শতাংশ সম্ভাৱ্য কমন প্ৰশ্ন–উত্তৰৰ সংযোজন আছে।
- সকলো বিষয়বস্তু দক্ষ সমালোচক আৰু বিষয়বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
- আগৰ বৰ্ষসমূহৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধানো কিতাপত সন্নিবিষ্ট কৰা হৈছে।
- পাঠকসকলৰ যিকোনো পৰামৰ্শ, সমালোচনা, মতামত আৰু ৰাজহুৱা পৰ্যালোচনাক আমি সদায়ে সন্মান আৰু গুৰুত্ব দিওঁ।
- ছাত্ৰ–ছাত্ৰীসকলে যদি এই সমাধানসমূহ নিয়মিতভাৱে অনুশীলন কৰে, তেন্তে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন আত্মবিশ্বাসেৰে সমাধান কৰিব পাৰিব—এই বিষয়ে আমি সম্পূৰ্ণ নিশ্চিত।
Be the first to review “Class 12 Automotive Solutions PDF Notes Assamese Medium 2026-27” Cancel reply
Related products
-
Sale!
Class 12 History Question Answer PDF Notes 2026-27
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now -
Sale!
Class 12 Political Science Question Answer PDF Notes 2026-27
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now -
Sale!
Class 12 Education Question Answer PDF Notes 2026-27
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now





Reviews
There are no reviews yet.