Sale!
Class 12 Floriculturist Solutions PDF Notes Assamese Medium
₹249.00 Original price was: ₹249.00.₹59.00Current price is: ₹59.00.
আপুনি যদি উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ (Class 12) অসমীয়া মাধ্যমৰ ছাত্ৰ বা ছাত্রী হয়, তেন্তে Class 12 Floriculturist Solutions PDF Notes Assamese Medium বিষয়ৰ এই প্ৰশ্নোত্তৰ (স্হায়িকাখন) আপোনাৰ বাবে। ইয়াত পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সম্ভাৱ্য অতিৰিক্ত প্ৰশ্নৰো সুস্পষ্ট আৰু সহজ সমাধান সংযোজন কৰা হৈছে। আমাৰ স্হায়িকাখনত 90%+ Common প্রশ্নোত্তৰৰ নিচ্ছয়তা আছে।
Hurry Up! Offers Ends On
Description
Class 11 Assamese Question Answer PDF Notes 2026-27
(Floriculturist)
(Medium: Assamese:)
As per the New Syllabus of AHSEC 2026-27
Our Each PDF Guide Includes:
- প্ৰতিটো পাঠৰ পাঠভিক্তিক (Textual) প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ অতিৰিক্ত (Additional) প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ দীঘলীয়া প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ চমু প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ অতি চমু প্ৰশ্নোত্তৰ
- প্ৰতিটো প্ৰশ্নোত্তৰ অসমীয়া সহজ আৰু সৰল ভাষাত উপলব্ধ
- প্ৰতিটো প্ৰশ্নোত্তৰ ৰঙীন আৰু HD Quality PDF ত উপলব্ধ
সূচীপত্র
পুষ্প খেতিয়ক: মুকলি খেতি
(Floriculturist: Open Cultivation)
| গোট | পাঠ |
|---|---|
| গোট ১ঃ বাণিজ্যিক ফুলৰ শস্যৰ খেতি-১ (Cultivation of Commercial Flower Crops-1) | পাঠ ১ঃ চায়না এষ্টাৰৰ খেতি (Cultivation of China Aster) |
| পাঠ ২ঃ ক্ৰাইচেন্থেমামৰ খেতি (Cultivation of Chrysanthemum) | |
| পাঠ ৩ঃ ৰজনীগন্ধাৰ খেতি (Cultivation of Tuberose) | |
| পাঠ ৪ঃ গ্লেডিঅ’লাছ খেতিৰ কৌশল (Cultivation Technique of Gladiolus) | |
| পাঠ ৫ঃ কাৰ্নেচন খেতিৰ কৌশল (Cultivation Technique of Carnation) | |
| পাঠ ৬ঃ জাৰবেৰা খেতিৰ কৌশল (Cultivation Technique of Gerbera) |
| গোট | পাঠ |
|---|---|
| গোট ২ঃ বাণিজ্যিক ফুলৰ শস্য খেতি-২ (Cultivation of Commercial Flower Crops-II) | পাঠ ১ঃ গোলাপৰ খেতি (Cultivation of Rose) |
| পাঠ ২ঃ গেইলাডিয়াৰ খেতি (Cultivation of Gaillardia) | |
| পাঠ ৩ঃ মেৰিগ’ল্ডৰ খেতি (Cultivation of Marigold) | |
| পাঠ ৪ঃ জুঁই ফুলৰ খেতি (Cultivation of Jasmine) | |
| পাঠ ৫ঃ ক্ৰছেণড্ৰাৰ খেতি (Cultivation of Crossandra) |
| গোট | পাঠ |
|---|---|
| গোট ৩ঃ এবছৰীয়া উদ্ভিদ উৎপাদন (Growing of Annuals) | — |
| গোট ৪ঃ বহুবৰ্ষজীৱী উদ্ভিদ উৎপাদন (Growing of Perennials( | পাঠ ১ঃ গছ, জোপোহা আৰু লতা (Trees, Shrubs, and Vines) |
| পাঠ ২ঃ ঘৰৰ ভিতৰৰ উদ্ভিদ (Indoor Plants) | |
| গোট ৫ঃ চপোৱাৰ পিছৰ ব্যৱস্থাপনা আৰু মূল্য সংযোজন (Post Harvest Management and Value Addition) | — |
| গোট | পাঠ |
|---|---|
| গোট ৬ঃ কৰ্মক্ষেত্ৰত স্বাস্থ্য যত্ন আৰু সুৰক্ষা বজাই ৰখা ৰখা (Maintain Health and Safety at the Workplace) | পাঠ ১ঃ কৃষি ৰাসায়নিক পদাৰ্থৰ নিৰাপদ ব্যৱহাৰ (Safe Use of Agrochemicals) |
| পাঠ ২ঃ কৃষি যন্ত্ৰপাতিৰ নিৰাপদ ব্যৱহাৰ ব্যৱহাৰ (Safe Use of Agricultural Machinery |
Book II
নিয়োগযোগ্য দক্ষতা
(Employability Skills)
| Unit | Session |
|---|---|
| Unit 1: Communication Skills (যোগাযোগ দক্ষতা) | Session 1: Active Listening (সক্ৰিয় শ্ৰৱণ) |
| Session 2: Parts of Speech (পদৰ প্ৰকাৰ) | |
| Session 3: Writing Sentences (বাক্য লিখন) |
| Unit | Session |
|---|---|
| Unit 2: Self-management Skills (স্বপৰিচালনা দক্ষতা) | Session 1: Motivation and Positive Attitude (প্ৰেৰণা আৰু ইতিবাচক মনোভাব) |
| Session 2: Result Orientation (ফলাফলমুখী মনোভাৱ) | |
| Session 3: Self-awareness (আত্ম-সচেতনতা) |
| Unit | Session |
|---|---|
| Unit 3: Information and Communication Technology Skills (তথ্য আৰু যোগাযোগ প্ৰযুক্তি দক্ষতা) | Session 1: Getting Started with Spreadsheet (স্প্ৰেডশ্বীটৰ সৈতে আৰম্ভণি) |
| Session 2: Performing Basic Operations in a Spreadsheet (স্প্ৰেডশ্বীটত মৌলিক কাৰ্য সম্পাদন) | |
| Session 3: Working with Data and Formatting Text (তথ্যৰ সৈতে কাম আৰু পাঠ বিন্যাস) | |
| Session 4: Advanced Features in Spreadsheet (স্প্ৰেডশ্বীটৰ উন্নত বৈশিষ্ট্যসমূহ) | |
| Session 5: Presentation Software (প্ৰেজেণ্টেশ্যন ছফ্টৱেৰ) | |
| Session 6: Opening, Closing, Saving and Printing a Presentation (প্ৰেজেণ্টেশ্যন খোলা, বন্ধ কৰা, সংৰক্ষণ আৰু মুদ্ৰণ কৰা) | |
| Session 7: Working with Slides and Text in a Presentation (প্ৰেজেণ্টেশ্যনত স্লাইড আৰু পাঠৰ সৈতে কাম কৰা) | |
| Session 8: Advanced Features used in Presentation (প্ৰেজেণ্টেশ্যনত ব্যৱহৃত উন্নত বৈশিষ্ট্যসমূহ) |
| Unit | Session |
|---|---|
| Unit 4: Entrepreneurship Skills (উদ্যোগিতা দক্ষতা) | Session 1: Entrepreneurship and Entrepreneur (উদ্যোগিতা আৰু উদ্যোগপতি) |
| Session 2: Barriers to Entrepreneurship (উদ্যোগিতাৰ বাধাসমূহ) | |
| Session 3: Entrepreneurial Attitudes (উদ্যোগপতি মনোভাৱ) | |
| Session 4: Entrepreneurial Competencies (উদ্যোগপতি দক্ষতাসমূহ) |
| Unit / Section | Session / Title |
|---|---|
| Unit 5: Green Skills (সেউজ দক্ষতা) | Session 1: Green Jobs (সেউজ কৰ্ম/চাকৰি) |
| Session 2: Importance of Green Jobs (সেউজ চাকৰিৰ গুৰুত্ব) | |
| অন্যান্য | Model Question Papers for Practice |
| List of Flowers with Scientific Names | |
| Glossary |
আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:
- আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখকসমূহৰ সমবেত প্ৰচেষ্টাৰে ৰচিত।
- বিষয়বস্তুৰ সুচিন্তিত পৰিকল্পনা আৰু আকর্ষণীয় উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপসমূহ সম্পূৰ্ণৰূপে অনন্য।
- ব্যৱহৃত ভাষা আৰু শৈলী অত্যন্ত সহজ, স্পষ্ট আৰু স্মৰণযোগ্য।
- বিষয়বস্তুৰ বিন্যাস সুসংগঠিত, প্ৰণালীবদ্ধ আৰু পাঠকৰ বাবে সৰল।
- পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্যাংশ আৰু সম্ভাৱ্য প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
- প্ৰশ্ন–উত্তৰসমূহ যথাযথ, সংক্ষিপ্ত আৰু নিৰ্ভুল।
- আমাৰ কিতাপসমূহ বাহুল্যতামুক্ত আৰু লক্ষ্যনিষ্ঠ।
- সমাধানসমূহত ১০০ শতাংশ সম্ভাৱ্য কমন প্ৰশ্ন–উত্তৰৰ সংযোজন আছে।
- সকলো বিষয়বস্তু দক্ষ সমালোচক আৰু বিষয়বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
- আগৰ বৰ্ষসমূহৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধানো কিতাপত সন্নিবিষ্ট কৰা হৈছে।
- পাঠকসকলৰ যিকোনো পৰামৰ্শ, সমালোচনা, মতামত আৰু ৰাজহুৱা পৰ্যালোচনাক আমি সদায়ে সন্মান আৰু গুৰুত্ব দিওঁ।
- ছাত্ৰ–ছাত্ৰীসকলে যদি এই সমাধানসমূহ নিয়মিতভাৱে অনুশীলন কৰে, তেন্তে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন আত্মবিশ্বাসেৰে সমাধান কৰিব পাৰিব—এই বিষয়ে আমি সম্পূৰ্ণ নিশ্চিত।
Be the first to review “Class 12 Floriculturist Solutions PDF Notes Assamese Medium” Cancel reply
Related products
-
Sale!
Class 12 English Question Answer PDF Notes 2026-27
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now -
Sale!
Class 12 Political Science Question Answer PDF Notes 2026-27
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now -
Sale!
Class 12 Automotive Solutions PDF Notes Assamese Medium 2027
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now





Reviews
There are no reviews yet.