Sale!
Class 12 General Studies Solutions PDF Notes Assamese Medium 2027
₹249.00 Original price was: ₹249.00.₹59.00Current price is: ₹59.00.
আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ (Class 12) অসমীয়া মাধ্যমৰ ছাত্ৰ বা ছাত্রী হয়, তেন্তে Class 12 General Studies Solutions PDF Notes Assamese Medium 2027 বিষয়ৰ এই প্ৰশ্নোত্তৰ (স্হায়িকাখন) আপোনাৰ বাবে। ইয়াত পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সম্ভাৱ্য অতিৰিক্ত প্ৰশ্নৰো সুস্পষ্ট আৰু সহজ সমাধান সংযোজন কৰা হৈছে। আমাৰ স্হায়িকাখনত 90%+ Common প্রশ্নোত্তৰৰ নিচ্ছয়তা আছে।
Hurry Up! Offers Ends On
Description
Class 12 General Studies Solutions PDF Notes Assamese Medium 2027
(General Studies)
(Medium: Assamese)
As per the New Syllabus of AHSEC 2026-27
আমাৰ প্ৰতিখন PDF গাইডত অন্তৰ্ভুক্ত আছে-
- প্ৰতিটো পাঠৰ পাঠভিক্তিক (Textual) প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ অতিৰিক্ত (Additional) প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ দীঘলীয়া প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ চমু প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ অতি চমু প্ৰশ্নোত্তৰ
- প্ৰতিটো প্ৰশ্নোত্তৰ সহজ আৰু সৰল ভাষাত উপলব্ধ
- প্ৰতিটো প্ৰশ্নোত্তৰ ৰঙীন আৰু HD Quality PDF ত উপলব্ধ
| অধ্যায় | পাঠৰ নাম |
|---|---|
| অধ্যায় ১ | উত্তৰ-পূব ভাৰত আৰু ইয়াৰ চুবুৰীয়া অঞ্চল (North-East India and Its Neighbourhood) |
| অধ্যায় ২ | বৈজ্ঞানিক মানসিকতাৰ বিকাশ (Inculcation of Scientific Temper) |
| অধ্যায় ৩ | ভাৰতৰ সাংস্কৃতিক ঐতিহ্য (Cultural Heritage of India) |
| অধ্যায় ৪ | সহ-পাঠ্যক্ৰমিক কাৰ্যকলাপৰ (CCA) গুৰুত্ব (Importance of Co-curricular Activities (CCA)) |
| অধ্যায় ৫ | ভাৰতীয় জ্ঞান পদ্ধতি (Indian Knowledge System) |
| অধ্যায় ৬ | ভাৰতীয় সংবিধানৰ প্ৰকৃতি (Nature of the Indian Constitution) |
| অধ্যায় ৭ | প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণ (Nature and Environmental Conservation) |
| অধ্যায় ৮ | উদ্যোগিতা বিকাশৰ বাবে বাণিজ্য (Commerce for Entrepreneurship Development) |
| অধ্যায় ৯ | শ্ৰমশক্তি শিক্ষা আৰু নিয়োগযোগ্যতাৰ দক্ষতা (Workforce Education and Employability Skills) |
| অধ্যায় ১০ | মানৱ অধিকাৰ (Human Rights) |
| — | নমুনা প্ৰশ্নকাকত (Sample Question Papers) |
| — | পৰিশিষ্ট (Postscripts) |
আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:
- আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্রশিক্ষিত লেখকৰ এটা সমিতিৰ দ্বাৰা ৰচিত।
- বিষয়বস্তুৰ পৰিকল্পনা আৰু উপস্থাপনাৰ ক্ষেত্ৰত আমাৰ গ্ৰন্থসমূহ অনন্য।
- আমাৰ ভাষা আৰু শৈলী সহজে বুজিব পৰা আৰু মনত ৰাখিবলৈ সুবিধাজনক।
- আমাৰ গ্ৰন্থসমূহৰ বিষয়বস্তুসমূহ সু-সংগঠিত আৰু পদ্ধতিগতভাৱে সজোৱা।
- আমাৰ গ্ৰন্থসমূহত পাঠ্যভিত্তিক আৰু সম্ভাব্য সকলো প্ৰশ্নৰ সমাধান পৰীক্ষামুখী দৃষ্টিভংগীৰে অন্তৰ্ভুক্ত কৰা হৈছে।
- আমাৰ প্রশ্নোত্তৰসমূহ সংক্ষিপ্ত আৰু সৰলভাৱে মূল বিষয়বস্তুক লক্ষ্য কৰি প্ৰস্তুত।
- আমাৰ গ্ৰন্থসমূহত অপ্রয়োজনীয় দীঘলীয়া বর্ণনা নাই।
- আমাৰ ৰেডি গাইড (টোকা)-ত ১০০% সাধাৰণ (common) প্রশ্ন অন্তর্ভুক্ত।
- আমাৰ গ্ৰন্থসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
- আমাৰ গ্ৰন্থসমূহত পূর্বৱৰ্তী সকলো পৰীক্ষাৰ প্ৰশ্নপত্ৰৰ সমাধান অন্তর্ভুক্ত।
- আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, জনসমীক্ষা আৰু প্ৰতিক্রিয়াক সন্মান জনাই গ্রহণ আৰু কাৰ্যকৰী কৰোঁ।
- পৰীক্ষাৰ্থী (ছাত্র-ছাত্রী) সকলে যদি এই ৰেডি গাইডত দিয়া প্রশ্নোত্তৰসমূহ অনুশীলন কৰে, তেন্তে তেওঁলোকে পৰীক্ষাত আহিব পৰা যিকোনো প্রশ্ন সমাধান কৰিব পাৰিব বুলি আমি নিশ্চিত কৰোঁ।
Be the first to review “Class 12 General Studies Solutions PDF Notes Assamese Medium 2027” Cancel reply
Related products
-
Sale!
Class 12 Floriculturist Solutions PDF Notes Assamese Medium
₹249.00Original price was: ₹249.00.₹59.00Current price is: ₹59.00. Buy Now -
Sale!
AHSEC Class 12 Physics Solutions PDF Notes Assamese Medium 2027
₹249.00Original price was: ₹249.00.₹79.00Current price is: ₹79.00. Buy Now -
Sale!
Class 12 English Question Answer PDF Notes 2026-27
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now





Reviews
There are no reviews yet.