Sale!
Class 12 Biology Solutions PDF Notes Assamese Medium 2027
₹199.00 Original price was: ₹199.00.₹79.00Current price is: ₹79.00.
আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয়বৰ্ষৰ (Class 12) অসমীয়া মাধ্যমৰ ছাত্ৰ বা ছাত্রী হয়, তেন্তে Class 12 Biology Solutions PDF Notes Assamese Medium বিষয়ৰ এই প্ৰশ্নোত্তৰ (স্হায়িকাখন) আপোনাৰ বাবে। ইয়াত পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সম্ভাৱ্য অতিৰিক্ত প্ৰশ্নৰো সুস্পষ্ট আৰু সহজ সমাধান সংযোজন কৰা হৈছে। আমাৰ স্হায়িকাখনত 90%+ Common প্রশ্নোত্তৰৰ নিচ্ছয়তা আছে।
Compartment Exam Offers!
Description
Class 12 Biology Solutions PDF Notes Assamese Medium 2026-27
(Biology)
As per the New Syllabus of AHSEC 2026-27
আমাৰ প্ৰতিখন PDF গাইডত অন্তৰ্ভুক্ত আছে-
- প্ৰতিটো পাঠৰ পাঠভিক্তিক (Textual) প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ অতিৰিক্ত (Additional) প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ দীঘলীয়া প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ চমু প্ৰশ্নোত্তৰ
- প্ৰতিটো পাঠৰ অতি চমু প্ৰশ্নোত্তৰ
- প্ৰতিটো প্ৰশ্নোত্তৰ সহজ আৰু সৰল ভাষাত উপলব্ধ
- প্ৰতিটো প্ৰশ্নোত্তৰ ৰঙীন আৰু HD Quality PDF ত উপলব্ধ
Unit-VI : প্রজনন
| No. | অধ্যায় / Chapter |
|---|---|
| 1 | জীৱৰ প্ৰজনন |
| 2 | সপুষ্পক উদ্ভিদৰ যৌন প্রজনন |
| 3 | মানৱৰ প্ৰজনন |
| 4 | জনন স্বাস্থ্য |
Unit-VII: বংশগতি তত্ত্ব আৰু ক্রমবিকাশ
| No. | অধ্যায় / Chapter |
|---|---|
| 5 | বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ |
| 6 | বংশগতিৰ আণৱিক আধাৰ |
| 7 | জীৱৰ ক্ৰমবিকাশ |
Unit-VIII: মানৰ কল্যাণৰ বাবে জীৱবিজ্ঞান
| No. | অধ্যায় / Chapter |
|---|---|
| 8 | মানুহৰ স্বাস্থ্য আৰু ৰোগ |
| 9 | খাদ্য সামগ্রী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ |
| 10 | মানৱ কল্যাণত অণুজীৱ |
Unit-IX: জৈৱ প্ৰযুক্তিবিদ্যা
| No. | অধ্যায় / Chapter |
|---|---|
| 11 | জীৱ প্রযুক্তিবিদ্যা: নীতি আৰু পদ্ধতি |
| 12 | জৈৱ প্রযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ |
Unit-X: পৰিস্থিতি বিজ্ঞান
| No. | অধ্যায় / Chapter |
|---|---|
| 13 | জীৱ আৰু আবাদী |
| 14 | পৰিস্থিতিতন্ত্র |
| 15 | জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ |
| 16 | জীৱ সম্পদ |
| 17 | পৰিৱেশ সংক্রান্তীয় বিষয়সমূহ |
গুরুত্বপূর্ণ বৈশিষ্ট্যসমূহ
- আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্রশিক্ষিত লেখকৰ এটা সমিতিৰ দ্বাৰা ৰচিত।
- বিষয়বস্তুৰ পৰিকল্পনা আৰু উপস্থাপনাৰ ক্ষেত্ৰত আমাৰ গ্ৰন্থসমূহ অনন্য।
- আমাৰ ভাষা আৰু শৈলী সহজে বুজিব পৰা আৰু মনত ৰাখিবলৈ সুবিধাজনক।
- আমাৰ গ্ৰন্থসমূহৰ বিষয়বস্তুসমূহ সু-সংগঠিত আৰু পদ্ধতিগতভাৱে সজোৱা।
- আমাৰ গ্ৰন্থসমূহত পাঠ্যভিত্তিক আৰু সম্ভাব্য সকলো প্ৰশ্নৰ সমাধান পৰীক্ষামুখী দৃষ্টিভংগীৰে অন্তৰ্ভুক্ত কৰা হৈছে।
- আমাৰ প্রশ্নোত্তৰসমূহ সংক্ষিপ্ত আৰু সৰলভাৱে মূল বিষয়বস্তুক লক্ষ্য কৰি প্ৰস্তুত।
- আমাৰ গ্ৰন্থসমূহত অপ্রয়োজনীয় দীঘলীয়া বর্ণনা নাই।
- আমাৰ ৰেডি গাইড (টোকা)-ত ১০০% সাধাৰণ (common) প্রশ্ন অন্তর্ভুক্ত।
- আমাৰ গ্ৰন্থসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
- আমাৰ গ্ৰন্থসমূহত পূর্বৱৰ্তী সকলো পৰীক্ষাৰ প্ৰশ্নপত্ৰৰ সমাধান অন্তর্ভুক্ত।
- আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, জনসমীক্ষা আৰু প্ৰতিক্রিয়াক সন্মান জনাই গ্রহণ আৰু কাৰ্যকৰী কৰোঁ।
- পৰীক্ষাৰ্থী (ছাত্র-ছাত্রী) সকলে যদি এই ৰেডি গাইডত দিয়া প্রশ্নোত্তৰসমূহ অনুশীলন কৰে, তেন্তে তেওঁলোকে পৰীক্ষাত আহিব পৰা যিকোনো প্রশ্ন সমাধান কৰিব পাৰিব বুলি আমি নিশ্চিত কৰোঁ।
Be the first to review “Class 12 Biology Solutions PDF Notes Assamese Medium 2027” Cancel reply
Related products
-
Sale!
দ্বাদশ শ্ৰেণী Class 12 Sociology Question Answer PDF Notes 2026
₹199.00Original price was: ₹199.00.₹49.00Current price is: ₹49.00. Buy Now -
Sale!
Class 12 Automotive Solutions PDF Notes Assamese Medium 2027
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now -
Sale!
Class 12 English Question Answer PDF Notes 2026-27
₹199.00Original price was: ₹199.00.₹59.00Current price is: ₹59.00. Buy Now





Reviews
There are no reviews yet.