Sale!

AHSEC Class 12 Physics Solutions PDF Notes Assamese Medium 2027

Original price was: ₹249.00.Current price is: ₹79.00.

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয়বৰ্ষৰ (Class 12) অসমীয়া মাধ্যমৰ ছাত্ৰ বা ছাত্রী হয়, তেন্তে AHSEC Class 12 Physics Solutions PDF Notes Assamese Medium বিষয়ৰ এই প্ৰশ্নোত্তৰ (স্হায়িকাখন) আপোনাৰ বাবে। ইয়াত পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সম্ভাৱ্য অতিৰিক্ত প্ৰশ্নৰো সুস্পষ্ট আৰু সহজ সমাধান সংযোজন কৰা হৈছে। আমাৰ স্হায়িকাখনত 90%+ Common প্রশ্নোত্তৰৰ নিচ্ছয়তা আছে।

Hurry Up! Offers Ends On

Description

AHSEC Class 12 Physics Solutions PDF Notes Assamese Medium 2026-27

(Physics)

As per the New Syllabus of AHSEC 2026-27

আমাৰ প্ৰতিখন PDF গাইডত অন্তৰ্ভুক্ত আছে-

  • প্ৰতিটো পাঠৰ পাঠভিক্তিক (Textual) প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ অতিৰিক্ত (Additional) প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ দীঘলীয়া প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ চমু প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ অতি চমু প্ৰশ্নোত্তৰ
  • প্ৰতিটো প্ৰশ্নোত্তৰ সহজ আৰু সৰল ভাষাত উপলব্ধ
  • প্ৰতিটো প্ৰশ্নোত্তৰ ৰঙীন আৰু HD Quality PDF ত উপলব্ধ
অধ্যায় পাঠ
অধ্যায়ঃ 1 বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ (Electric Charges and Fields)
অধ্যায়ঃ 2 স্থিতি বৈদ্যুতিক বিভৱ আৰু ধাৰকত্ব (Electrostatic Potential and Capacitance)
অধ্যায়ঃ 3 প্ৰৱাহী বিদ্যুৎ (Current Electricity)
অধ্যায়ঃ 4 গতিশীল আধান আৰু চুম্বকত্ব (Moving Charges and Magnetism)
অধ্যায়ঃ 5 চুম্বকত্ব আৰু পদাৰ্থ (Magnetism and Matter)
অধ্যায়ঃ 6 বিদ্যুৎ চুম্বকীয় আবেশ (Electromagnetic Induction)
অধ্যায়ঃ 7 পৰিবৰ্তী প্ৰবাহ (Alternating Current)
অধ্যায়ঃ 8 বিদ্যুৎ চুম্বকীয় তৰংগ (Electromagnetic Wave)
অধ্যায়ঃ 9 ৰশ্মি পোহৰ বিজ্ঞান আৰু আলোক যন্ত্ৰ (Ray Optics and Optical Instruments)
অধ্যায়ঃ 10 তৰংগ পোহৰবিজ্ঞান (Wave Optics)
অধ্যায়ঃ 11 বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি (Dual Nature of Radiation and Matter)
অধ্যায়ঃ 12 পৰমাণু (Atoms)
অধ্যায়ঃ 13 নিউক্লিয়াছ (Nucleus)
অধ্যায়ঃ 14 অৰ্ধপৰিবাহী ইলেক্ট্ৰনিক্সঃ পদাৰ্থ, কৌশল আৰু বৰ্তনী (Semiconductor Electronics: Materials, Devices and Simple Circuits)
অধ্যায়ঃ 15 যোগাযোগ ব্যৱস্থা (Communication System)

গুরুত্বপূর্ণ বৈশিষ্ট্যসমূহ

  1. আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্রশিক্ষিত লেখকৰ এটা সমিতিৰ দ্বাৰা ৰচিত।
  2. বিষয়বস্তুৰ পৰিকল্পনা আৰু উপস্থাপনাৰ ক্ষেত্ৰত আমাৰ গ্ৰন্থসমূহ অনন্য।
  3. আমাৰ ভাষা আৰু শৈলী সহজে বুজিব পৰা আৰু মনত ৰাখিবলৈ সুবিধাজনক।
  4. আমাৰ গ্ৰন্থসমূহৰ বিষয়বস্তুসমূহ সু-সংগঠিত আৰু পদ্ধতিগতভাৱে সজোৱা।
  5. আমাৰ গ্ৰন্থসমূহত পাঠ্যভিত্তিক আৰু সম্ভাব্য সকলো প্ৰশ্নৰ সমাধান পৰীক্ষামুখী দৃষ্টিভংগীৰে অন্তৰ্ভুক্ত কৰা হৈছে।
  6. আমাৰ প্রশ্নোত্তৰসমূহ সংক্ষিপ্ত আৰু সৰলভাৱে মূল বিষয়বস্তুক লক্ষ্য কৰি প্ৰস্তুত।
  7. আমাৰ গ্ৰন্থসমূহত অপ্রয়োজনীয় দীঘলীয়া বর্ণনা নাই।
  8. আমাৰ ৰেডি গাইড (টোকা)-ত ১০০% সাধাৰণ (common) প্রশ্ন অন্তর্ভুক্ত।
  9. আমাৰ গ্ৰন্থসমূহ দক্ষ সমালোচক আৰু বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
  10. আমাৰ গ্ৰন্থসমূহত পূর্বৱৰ্তী সকলো পৰীক্ষাৰ প্ৰশ্নপত্ৰৰ সমাধান অন্তর্ভুক্ত।
  11. আমি যিকোনো ধৰণৰ পৰামৰ্শ, সমালোচনা, মতামত, জনসমীক্ষা আৰু প্ৰতিক্রিয়াক সন্মান জনাই গ্রহণ আৰু কাৰ্যকৰী কৰোঁ।
  12. পৰীক্ষাৰ্থী (ছাত্র-ছাত্রী) সকলে যদি এই ৰেডি গাইডত দিয়া প্রশ্নোত্তৰসমূহ অনুশীলন কৰে, তেন্তে তেওঁলোকে পৰীক্ষাত আহিব পৰা যিকোনো প্রশ্ন সমাধান কৰিব পাৰিব বুলি আমি নিশ্চিত কৰোঁ।

Reviews

There are no reviews yet.

Be the first to review “AHSEC Class 12 Physics Solutions PDF Notes Assamese Medium 2027”